চতুৰাশীচতুৰী

চতুৰাৰ্য্য সত্য (Assamese) [ Roman: so.tu.rar.jyo xoi.tyo]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-06-18
1. Budhaism(Abstract Noun) The Four Noble Truths are as follows: 1. The truth of Dukkha; 2. The truth of the origin of Dukkha; 3. The truth of the cessation of Dukkha; 4. The truth of the path, the way to liberation from Dukkha বুদ্ধ ধৰ্মত ৪টা মহান সত্যক- চতুৰাৰ্য্য সত্য- বোলে৷ এইকেইটা হল- দুখ কি; দুখৰ কাৰণ; দুখৰ অৱসান আৰু দুখ মিশ্ৰণৰ পথ৷